সন্ধি
সন্ধি
পাশাপাশি থকা দুটা বৰ্ণৰ মিলনকে সন্ধি বোলে ।
সন্ধি তিনি প্ৰকাৰঃ স্বৰসন্ধি, ব্যঞ্জনসন্ধি আৰু বিসৰ্গসন্ধি ।
উদাহৰণসমূহ
বিদ্যা + আলয় = বিদ্যালয়