অধ্যায় ০৩
পদ
এই অধ্যায়ৰ বিষয়সমূহ
অব্যয় শব্দ
অব্যয় শব্দযিবিলাক শব্দৰ ৰূপ নলৰে আৰু বিভক্তি বচন বা লিঙ্গ নাই, সিহঁতক অব্যয় শব্দ বোলে ।অব্যয় শব্দ মুঠ আঠ বিধ । সেইকেইটা হ'লঃ যোজক, পৃথকবোধক, সন্দেহ...
যোজক অব্যয়
যোজক অব্যয়যিবিলাক অব্যয় শব্দই এটা বা সৰহ পদ বা বাক্য যোগ কৰে, সিহঁতক যোজক অব্যয় বোলে ।...
পৃথকবোধক অব্যয়
পৃথকবোধক অব্যয়যিবিলাক অব্যয় শব্দই দুটা বা সৰহ পদ বা বাক্যৰ অৰ্থ পৃথক কৰি দেখুৱায়, সিহঁতক পৃথকবোধক অব্যয় বোলে ।...
সন্দেহবোধক অব্যয়
সন্দেহবোধক অব্যয়যিবিলাক অব্যয় শব্দই কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে ।...
ভাববোধক অব্যয়
ভাববোধক অব্যয়যিবিলাক অব্যয় শব্দই সুখ, দুখ, আশ্বৰ্য্য আদি মনৰ ভাব প্ৰকাশ কৰে, সিহঁতক ভাববোধক অব্যয় বোলে ।...
আনুষঙ্গিক অব্যয়
আনুষঙ্গিক অব্যয়যিবিলাক অব্যয় শব্দই সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ পাছত থাকি সিহঁতৰ অৰ্থ ভিন কৰে, সিহঁতক আনুষঙ্গিক অব্যয় বোলে ।...
সম্বোধনাৰ্থক অব্যয়
সম্বোধনাৰ্থক অব্যয়যিবিলাক অব্যয় শব্দ আন লোকক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা হয়, সিহঁতক সম্বোধনাৰ্থক অব্যয় বোলে ।...
প্ৰশ্নাৰ্থক অব্যয়
প্ৰশ্নাৰ্থক অব্যয়যিবিলাক অব্যয় শব্দই প্ৰশ্ন কৰা বুজায়, সিহঁতক প্ৰশ্নাৰ্থক অব্যয় বোলে ।...
সমিধানবোধক অব্যয়
সমিধানবোধক অব্যয়যিবিলাক অব্যয় শব্দই আন মানুহৰ কথাৰ সমিধান অৰ্থাৎ উত্তৰ দিয়া বুজায়, সিহঁতক সমিধানবোধক অব্যয় বোলে ।...