অধ্যায় ০১
ভাষা আৰু ব্যাকৰণ, বৰ্ণ ...
এই অধ্যায়ৰ বিষয়সমূহ
ভাষা
ভাষামানুহে মনৰ ভাব প্ৰকাশ কৰিবলৈ মুখেৰে যি কথা কয় তাকে ভাষা বোলে ।...
ব্যাকৰণ
ব্যাকৰণযি শাস্ত্ৰৰ সহায়ত কোনো ভাষা শুদ্ধকৈ পঢ়িব, লিখিব আৰু কব পাৰি, তাকে সেই ভাষাৰ ব্যাকৰণ বোলে ।...
বৰ্ণ
বৰ্ণভাষাৰ ক্ষুদ্ৰতম অংশক বৰ্ণ বোলে ।বৰ্ণ দুই প্ৰকাৰঃ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ ।...
স্বৰবৰ্ণ
স্বৰবৰ্ণযিবিলাক বৰ্ণ উচ্চাৰণ কৰিবলৈ আন বৰ্ণৰ সহায়ৰ প্ৰয়োজন নহয়, সিহঁতক স্বৰবৰ্ণ বোলে ।স্বৰবৰ্ণ মুঠ ১১ টাঃ অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ...
স্বৰবৰ্ণৰ ভাগ
ddddd...
ব্যঞ্জনবৰ্ণ
ব্যঞ্জনবৰ্ণযিবিলাক বৰ্ণ স্বৰবৰ্ণৰ সহায় অবিহনে উচ্চাৰণ হ'ব নোৱাৰে, সিহঁতক ব্যঞ্জনবৰ্ণ বোলে ।...
ব্যঞ্জনবৰ্ণৰ ভাগ
ষ...
লিপি
লিপিভাষাৰ ধ্বনিবিলাক লিখিত ৰূপত প্ৰকাশ কৰিবলৈ যিবিলাক চিহ্ন ব্যৱহাৰ কৰা হয়, সিহঁতক লিপি বোলে ।...
শব্দ
শব্দএক বা একাধিক বৰ্ণ লগ লাগি যেতিয়া কোনো অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক শব্দ বোলে ।...
বাক্য
বাক্যযিবিলাক শব্দ লগ লাগি কোনো সম্পূৰ্ণ ভাব প্ৰকাশ কৰে, তাকে বাক্য বোলে ।...