অধ্যায় ০৪
বচন, উপসৰ্গ, গুণবোধক শব্দ ...
এই অধ্যায়ৰ বিষয়সমূহ
বিশেষ্য শব্দ
বিশেষ্য শব্দবিশেষ্য শব্দই কোনো ব্যক্তি, বস্তু বা ভাৱৰ নাম বুজায় ।...
বিশেষণ শব্দ
বিশেষণ শব্দবিশেষণ শব্দই বিশেষ্যৰ গুণ, দোষ বা অৱস্থা বুজায় ।...
সংখ্যাবোধক শব্দ
সংখ্যাবোধক শব্দযিবিলাক শব্দই বস্তুৰ লেখ বুজাই, সিহঁতক সংখ্যাবোধক শব্দ বোলে । যেনেঃ এক, দুই, তিনি, চাৰি, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ ইত্যাদি ।টোকাঃ...
অনুকাৰ শব্দ
অনুকাৰ শব্দবস্তু মাটিত পৰা শব্দ বা জন্তুৰ মাতৰ নিচিনা যিবিলাক শব্দ ব্যৱহাৰ কৰা যায়, সিহঁতক অনুকাৰ শব্দ বোলে ।...
অনুৰূপ শব্দ
অনুৰূপ শব্দআচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয় । এনেকুৱা শব্দবিলাকক অনুৰূপ শব্দ বোলে ।...