অধ্যায় ০৬

Chapter 06

সমাস

এই অধ্যায়ৰ বিষয়সমূহ

বচন

বচনবিশেষ্য বা সৰ্ব্বনাম পদৰ দ্বাৰা এক বা বহু বুজোৱা হয়, তাকে বচন বোলে ।বচন দুই প্ৰকাৰঃ একবচন আৰু বহুবচন ।...

উপসৰ্গ

উপসৰ্গযিবিলাক অব্যয় জাতীয় শব্দ আন শব্দৰ আগত বহি তাৰ অৰ্থ পৰিৱৰ্তন কৰে বা নতুন অৰ্থ দিয়ে, সিহঁতক উপসৰ্গ বোলে ।...

গুণবোধক শব্দ

গুণবোধক শব্দযিবিলাক শব্দই কোনো বস্তু বা ব্যক্তিৰ গুণ বা দোষ বুজায়, সিহঁতক গুণবোধক শব্দ বোলে ।...

লিঙ্গ

লিঙ্গবিশেষ্য পদৰ দ্বাৰা পুৰুষ বা স্ত্ৰী জাতি বুজোৱা হ'লে তাকে লিঙ্গ বোলে ।লিঙ্গ চাৰি প্ৰকাৰঃ পুংলিঙ্গ, স্ত্ৰীলিঙ্গ, ক্লীবলিঙ্গ আৰু উভয়লিঙ্গ ।...

কাৰক

কাৰকবিশেষ্য বা সৰ্ব্বনাম পদৰ সৈতে ক্ৰিয়াৰ সম্বন্ধকে কাৰক বোলে ।...

বিভক্তি

বিভক্তিবিশেষ্য বা সৰ্ব্বনামৰ পাছত লগ লাগি কাৰক সম্বন্ধ বুজোৱা যিবিলাক শব্দাংশ ব্যৱহাৰ হয়, সিহঁতক বিভক্তি বোলে ।...