অধ্যায় ০৫
সন্ধি
এই অধ্যায়ৰ বিষয়সমূহ
পদ
পদবাক্যৰ অন্তৰ্গত প্ৰতিটো শব্দকে পদ বোলে ।পদ পাঁচ প্ৰকাৰঃ বিশেষ্য, বিশেষণ, সৰ্ব্বনাম, ক্ৰিয়া আৰু অব্যয় ।...
বিশেষ্য পদ
বিশেষ্য পদযিবিলাক শব্দই কোনো ব্যক্তি, বস্তু বা স্থানৰ নাম বুজায়, সিহঁতক বিশেষ্য পদ বোলে ।...
বিশেষণ পদ
বিশেষণ পদযিবিলাক শব্দই বিশেষ্য বা সৰ্ব্বনামৰ দোষ, গুণ, অৱস্থা বা পৰিমাণ বুজায়, সিহঁতক বিশেষণ পদ বোলে ।...
সৰ্ব্বনাম পদ
সৰ্ব্বনাম পদবিশেষ্যৰ পৰিৱৰ্তে যিবিলাক শব্দ ব্যৱহাৰ হয়, সিহঁতক সৰ্ব্বনাম পদ বোলে ।...
ক্ৰিয়া পদ
ক্ৰিয়া পদযিবিলাক শব্দই কোনো কাম কৰা বা হোৱা বুজায়, সিহঁতক ক্ৰিয়া পদ বোলে ।...