অনুকাৰ শব্দ
অনুকাৰ শব্দ
বস্তু মাটিত পৰা শব্দ বা জন্তুৰ মাতৰ নিচিনা যিবিলাক শব্দ ব্যৱহাৰ কৰা যায়, সিহঁতক অনুকাৰ শব্দ বোলে ।
উদাহৰণসমূহ
কাউৰীৰ = কা কা
ঘড়ীৰ = টং টং
হিলৈৰ = ধুম
মাটিত পৰা = গিৰিস্