অনুৰূপ শব্দ

Rhyming Compound

👁 50 বাৰ চোৱা হৈছে

অনুৰূপ শব্দ
আচল শব্দৰ বল বৃদ্ধি কৰিবলৈ তাৰ লগত কেতিয়াবা তাৰ অনুৰূপ অৰ্থশূন্য শব্দ ব্যৱহাৰ হয় । এনেকুৱা শব্দবিলাকক অনুৰূপ শব্দ বোলে ।

উদাহৰণসমূহ

ঘৰ-চৰ
বা-বাতৰি
তেল-কুৰ