বিশেষণ পদ

Adjective

👁 73 বাৰ চোৱা হৈছে

বিশেষণ পদ
যিবিলাক শব্দই বিশেষ্য বা সৰ্ব্বনামৰ দোষ, গুণ, অৱস্থা বা পৰিমাণ বুজায়, সিহঁতক বিশেষণ পদ বোলে ।

উদাহৰণসমূহ

ভাল মানুহ, ডাঙৰ ঘৰ