ক্ৰিয়া পদ

Verb

👁 70 বাৰ চোৱা হৈছে

ক্ৰিয়া পদ
যিবিলাক শব্দই কোনো কাম কৰা বা হোৱা বুজায়, সিহঁতক ক্ৰিয়া পদ বোলে ।

উদাহৰণসমূহ

খোৱা, যোৱা, পঢ়া