পদ

Parts of Speech

👁 81 বাৰ চোৱা হৈছে

পদ
বাক্যৰ অন্তৰ্গত প্ৰতিটো শব্দকে পদ বোলে ।
পদ পাঁচ প্ৰকাৰঃ বিশেষ্য, বিশেষণ, সৰ্ব্বনাম, ক্ৰিয়া আৰু অব্যয় ।

উদাহৰণসমূহ

বিশেষ্য, বিশেষণ, সৰ্ব্বনাম, ক্ৰিয়া, অব্যয়