বৰ্ণ

Letter

👁 79 বাৰ চোৱা হৈছে

বৰ্ণ
ভাষাৰ ক্ষুদ্ৰতম অংশক বৰ্ণ বোলে ।
বৰ্ণ দুই প্ৰকাৰঃ স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ ।

উদাহৰণসমূহ

অ, আ, ই, ক, খ, গ