বাক্য

Sentence

👁 56 বাৰ চোৱা হৈছে

বাক্য
যিবিলাক শব্দ লগ লাগি কোনো সম্পূৰ্ণ ভাব প্ৰকাশ কৰে, তাকে বাক্য বোলে ।

উদাহৰণসমূহ

ৰাম বিদ্যালয়লৈ যায় ।