স্বৰবৰ্ণ
স্বৰবৰ্ণ
যিবিলাক বৰ্ণ উচ্চাৰণ কৰিবলৈ আন বৰ্ণৰ সহায়ৰ প্ৰয়োজন নহয়, সিহঁতক স্বৰবৰ্ণ বোলে ।
স্বৰবৰ্ণ মুঠ ১১ টাঃ অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ
উদাহৰণসমূহ
অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, ঔ