লিপি

Script

👁 58 বাৰ চোৱা হৈছে

লিপি
ভাষাৰ ধ্বনিবিলাক লিখিত ৰূপত প্ৰকাশ কৰিবলৈ যিবিলাক চিহ্ন ব্যৱহাৰ কৰা হয়, সিহঁতক লিপি বোলে ।

উদাহৰণসমূহ

অসমীয়া লিপি, দেৱনাগৰী লিপি, ৰোমান লিপি