লিঙ্গ
লিঙ্গ
বিশেষ্য পদৰ দ্বাৰা পুৰুষ বা স্ত্ৰী জাতি বুজোৱা হ'লে তাকে লিঙ্গ বোলে ।
লিঙ্গ চাৰি প্ৰকাৰঃ পুংলিঙ্গ, স্ত্ৰীলিঙ্গ, ক্লীবলিঙ্গ আৰু উভয়লিঙ্গ ।
উদাহৰণসমূহ
ল'ৰা (পুংলিঙ্গ), ছোৱালী (স্ত্ৰীলিঙ্গ)