বিভক্তি
বিভক্তি
বিশেষ্য বা সৰ্ব্বনামৰ পাছত লগ লাগি কাৰক সম্বন্ধ বুজোৱা যিবিলাক শব্দাংশ ব্যৱহাৰ হয়, সিহঁতক বিভক্তি বোলে ।
উদাহৰণসমূহ
ৰামে, ৰামক, ৰামৰ