বচন

Number

👁 68 বাৰ চোৱা হৈছে

বচন
বিশেষ্য বা সৰ্ব্বনাম পদৰ দ্বাৰা এক বা বহু বুজোৱা হয়, তাকে বচন বোলে ।
বচন দুই প্ৰকাৰঃ একবচন আৰু বহুবচন ।

উদাহৰণসমূহ

ল'ৰা (একবচন), ল'ৰাকেইজন (বহুবচন)