উপসৰ্গ
উপসৰ্গ
যিবিলাক অব্যয় জাতীয় শব্দ আন শব্দৰ আগত বহি তাৰ অৰ্থ পৰিৱৰ্তন কৰে বা নতুন অৰ্থ দিয়ে, সিহঁতক উপসৰ্গ বোলে ।
উদাহৰণসমূহ
অ + কাজ = অকাজ, সু + কাম = সুকাম