ভাববোধক অব্যয়

Interjections

👁 50 বাৰ চোৱা হৈছে

ভাববোধক অব্যয়
যিবিলাক অব্যয় শব্দই সুখ, দুখ, আশ্বৰ্য্য আদি মনৰ ভাব প্ৰকাশ কৰে, সিহঁতক ভাববোধক অব্যয় বোলে ।

উদাহৰণসমূহ

হাঁয়, আঃ, ইঃ