আনুষঙ্গিক অব্যয়

Relative Preposition

👁 48 বাৰ চোৱা হৈছে

আনুষঙ্গিক অব্যয়
যিবিলাক অব্যয় শব্দই সংজ্ঞা বা সৰ্ব্বনাম শব্দৰ পাছত থাকি সিহঁতৰ অৰ্থ ভিন কৰে, সিহঁতক আনুষঙ্গিক অব্যয় বোলে ।

উদাহৰণসমূহ

সৈতে, হতুৱাই, বাহিৰে