সন্দেহবোধক অব্যয়
সন্দেহবোধক অব্যয়
যিবিলাক অব্যয় শব্দই কোনো কথাৰ অনিশ্চয়তা দেখুৱায়, সিহঁতক সন্দেহবোধক অব্যয় বোলে ।
উদাহৰণসমূহ
যদি, কিজানি, জানোচা