সমিধানবোধক অব্যয়

Solution Infinitives

👁 55 বাৰ চোৱা হৈছে

সমিধানবোধক অব্যয়
যিবিলাক অব্যয় শব্দই আন মানুহৰ কথাৰ সমিধান অৰ্থাৎ উত্তৰ দিয়া বুজায়, সিহঁতক সমিধানবোধক অব্যয় বোলে ।

উদাহৰণসমূহ

ভাল, বাৰু, ওঁহ