যোজক অব্যয়

Conjunctive Preposition

👁 54 বাৰ চোৱা হৈছে

যোজক অব্যয়
যিবিলাক অব্যয় শব্দই এটা বা সৰহ পদ বা বাক্য যোগ কৰে, সিহঁতক যোজক অব্যয় বোলে ।

উদাহৰণসমূহ

আৰু, অথচ, গতিকে