পৃথকবোধক অব্যয়

Separative Preposition

👁 47 বাৰ চোৱা হৈছে

পৃথকবোধক অব্যয়
যিবিলাক অব্যয় শব্দই দুটা বা সৰহ পদ বা বাক্যৰ অৰ্থ পৃথক কৰি দেখুৱায়, সিহঁতক পৃথকবোধক অব্যয় বোলে ।

উদাহৰণসমূহ

বা, নাইবা, অথবা